ৰং নম্বৰৰ বাস্তৱ ৰোমাণ্টিক প্ৰেম-কাহিনী | Real romantic love-story of wrong number | Asamiya | Assamese | Best Love Story

লৰা: হেলো

ছোৱালী: কোন ?

লৰা: মই 

ছোৱালী:‌কাক ফোন কৰিছে ?

লৰা: ছৰি, মোৰ ৰং নম্বৰ হৈছে।

ছোৱালী: ওকে, আৰু ফোন নকৰিব,
লাইন "কাট"।

ল'ৰা জনে পিছদিনা আকৌ কল কৰিলে...!

ছোৱালী: এই ছাগলী তোক কোৱা নাই আৰু ফোন নিদিবি বুলি........"কাট"

ল'ৰা জনে পিছদিনা আকৌ কল কৰিলে...!

ছোৱালী: এই কুকুৰৰ পোৱালী ফোন কিয় কৰিছে......."কাট"

ল'ৰা জনে এনেদৰে প্ৰায় তিনি মাহ গালি শুনি থাকিল! ল'ৰা জনে আকৌ কল কৰিলে...

ছোৱালী: এই ছাগলীৰ পোৱালী তোক ইমান গালি দিও তাৰ পিছত ও ইমান ফোন কিয় মাৰা।আচলতে তোৰ জন্মৰ দোষ, তোৰ মা, তোৰ মা তোক কেনেকৈ জন্ম দিছে হা......লাইন "কাট"

ইমান ডাঙৰ গালি শুনি লৰা জনৰ চকুয়েদি চকুলো বৈ আহিল ।

তেতিয়া ক'লে-

লৰা: মেম মই ইচ্ছা কৰিয়েই এই তিনি মাহ আপোনাৰ গালি শুনিছো কেৱল মাত্ৰ আপোনাৰ কন্ঠ(মাত) শুনাৰ কাৰণে। ইমান ডাঙৰ গালি দিলে আপুনি তাৰ পিছত ও মই একো নকওঁ। কেৱল মাত্ৰ এই খিনি এ কম আপোনাৰ মাত কন্ঠ বহুত শুৱলা! ফোন কাটি দিয়ক।

ছোৱালী জনী কলেজত পঢ়ে। হঠাতে তিনি মাহ পিছত মানসিক চাপত পৰিল। ঠিক মতে টোপনি নহয়, ঠিক মতে খোৱা-বোৱা নহয়, কলেজ যোৱা বন্ধ হৈ গল, তাইৰ এতিয়া আৰু একো ভাল নলগা হ'ল!

কেৱল তাই এই খিনিভাবে ল'ৰাটোক এই তিনি মাহ ইমান গালি দিলো ল'ৰা জনে কোনো দিনেই একো প্ৰতিবাদ নকৰিলে ।

ল'ৰা জনৰ ওচৰত ক্ষমা খুজিব লাগিব! ছোৱালী জনী সেই নম্বৰ টোত ফোন কৰিলে কিন্তু যিহেতু ৬ মাহ হৈ গৈছে, ফোন টো বন্ধ হৈ গৈছে ।

ল'ৰা জনৰ কাৰণে তাৰ মাক দেউতাকে বিয়া ঠিক কৰিছে পিছ দিনা ল'ৰা জনৰ বিয়া। হঠাৎ বন্ধ ছিম টো চালু কৰি দেখা পালে ছোৱালী জনী ৫ হেজাৰ ৰ ও বেচি মিছ কল।

২ মিনিট পাছতেই ল'ৰা জনলৈ ফোন আহিল।

লৰা: হেলো।

ছোৱালী জনী কান্দি কান্দি ক'লে কত আছিলা ইমান দিন?

লৰা: মই ক'ত আছিলো সেই টো শুনিবলৈ আপোনাৰ কি প্ৰয়োজন?

ছোৱালী: মই তোমাৰ ওচৰত ক্ষমা বিচাৰো। তুমি মোক ক্ষমা কৰি দিয়া । মই তোমাক ভাল পাই পেলাইছো।

লৰা: তুমি ৩ মাহ গালি দি মোক ভাল পোৱা হ'লা আৰু মই তোমাৰ মই প্ৰথম গালি খোৱাৰ দিনাই ভাল পাই পেলাইছিলো।

ঠিক আছে তোমাক মই ক্ষমা কৰি দিম কিন্তু তুমি মোৰ বিয়াত আহিব লাগিব।

ছোৱালী: কেনেকৈ আহিম কাইলে মোৰ ও বিয়া।

পিছ দিনা বিয়া শেষত ল'ৰা জনে বোৱাৰী লৈ ঘৰত আহিল। বিয়াৰ ৰাতি যেতিয়া ছোৱালী জনীৰ কাষত গৈ চালে, ছোৱালী জনী ইমান কান্দি আছে যাৰ সীমা নাই।

ছোৱালী: হেৰা মোৰ এটা কথা, কথাটো তুমি ৰাখিবা বুলি প্ৰতিশ্ৰুতি দিয়া।

লৰা: ঠিক আছে প্ৰমিচ কৰিলো।

ছোৱালী: মই বিয়াৰ আগতে এটা লৰাক ৩ মাহ গালি দিছো তাৰ ওচৰত ক্ষমা খুজি হে মই তোমাৰ লগত ৰাতি থাকিম তুমি মোৰ ইচ্ছা টো পূৰ্ণ কৰিবা নে ?

লৰা: ও মোৰ জান তুমি যাক গালি দিছিলা মই সেই ভাগ্যবান লৰা জনে। মোৰ মা দেউতা যে মোৰ কাৰণে তোমাক ঠিক কৰিছে সেই হ'লে মই আগতে গম নাপাওঁ!

দুজন দুজনাক সাবটি ধৰিলে, আৰু এই আনন্দত দুয়ো জনো ৰাতি টো শুবলৈ পাহৰি গল!
Bellal Hossain Mondal

Bellal Hossain Mondal, best known as Mr Alone, is an Indian Software Developer, Entrepreneur, Freelancer, Blogger, YouTuber, working on android application development for couple of years.

If have any doubts, please let me know

إرسال تعليق (0)
أحدث أقدم

Archive Pages Design$type=blogging$count=2